ৰাষ্ট্ৰীয়

মহাৰাষ্ট্ৰত হেলিকপ্টাৰ দুৰ্ঘটনা...

Asomiya Pratidin

ডিজিটেল ডেস্কঃ মহাৰাষ্ট্ৰত সংঘটিত হৈছে হেলিকপ্টাৰ দুৰ্ঘটনা। দুৰ্ঘটনাগ্ৰস্ত হেলিকপ্টাৰখন শিৱসেনাৰ নেতাই ব্যৱহাৰ কৰিছিল। আকস্মিক অৱতৰণৰ সময়তে সংঘটিত হয় এই দুৰ্ঘটনাটো।

শিৱ সেনাৰ সুষমা আন্ধাৰেক আনিবলৈ যোৱাৰ সময়তে নিয়ন্ত্ৰণ হেৰুৱাই সংঘটিত হয় দুৰ্ঘটনাটো। দুৰ্ঘটনাটোত কথমপি প্রাণ ৰক্ষা হয় পাইলটজনৰ। উদ্ধৱ থাকৰে গোটৰ এজন নেতাই ব্যৱহাৰ কৰিছিল দুৰ্ঘটনাগ্ৰস্ত হেলিকপ্টাৰখন।