মধ্যপ্ৰদেশত বিজেপিৰ প্ৰথমগৰাকী প্ৰাৰ্থীৰ বিজয়...  
ৰাষ্ট্ৰীয়

মধ্যপ্ৰদেশত বিজেপিৰ প্ৰথমগৰাকী প্ৰাৰ্থীৰ বিজয়...

Asomiya Pratidin
  • মধ্যপ্ৰদেশত বিজিপেয়ে খুলিলে খাটা।

  • ১৭৯ নং নেপানাগড় বিধানসভা সমষ্টিৰ বিজেপি প্ৰাৰ্থীক বিজয়ী ঘোষণা।

  • বিজয়ী বিজেপি প্ৰাৰ্থীগৰাকী মঞ্জু ৰাজেন্দ্ৰ দাদু।

  • তেওঁ লাভ কৰিছে ১১৩৪০০ টা ভোট।

  • তেওঁ নিকটতম প্ৰতিদ্বন্দিগৰাকীক ৪৪৮০৫ টা ভোটৰ ব্যৱধানত পৰাস্ত কৰিবলৈ সক্ষম হৈছে।

  • ৰাজ্যখনত বিজেপি আগবাঢ়ি আছে ১৬০ খন আসনত।

  • কংগ্ৰেছ আগবাঢ়ি আছে ৬৭ খন আসনত।

  • অন্যান্য আগবাঢ়ি আছে ২ খন আসনত।