ৰাষ্ট্ৰীয়

আহমেদাবাদত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে সাব্যস্ত কৰিলে ভোটাধিকাৰ...

Asomiya Pratidin
  • আজি দেশজুৰি অনুষ্ঠিত হৈছে লোকসভা নিৰ্বাচনৰ তৃতীয় পৰ্যায়ৰ ভোটগ্ৰহণ পৰ্ব

  • পুৱা ৭ বজাৰ সন্ধিয়া ৫বজালৈকে অনুষ্ঠিত হ'ব ভোটগ্ৰহণ প্ৰক্ৰিয়া।

  • পুৱাই আদমেদাবাদৰ নিচান উঃমাঃ বিদ্যালয়ত ভোটদান কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে।

  • গৃহমন্ত্ৰী অমিত শ্বাহৰে উপস্থিত হয় প্ৰধানমন্ত্ৰী মোডী।

  • গৃহমন্ত্ৰীগৰাকীয়ে পুৱা ৯-৩০ কৰিব ভোটদান।