ছাহাৰা গ্ৰুপৰ প্ৰতিষ্ঠাপক সুব্ৰত ৰয়ৰ দেহাৱসান... 
ৰাষ্ট্ৰীয়

ছাহাৰা গ্ৰুপৰ প্ৰতিষ্ঠাপক সুব্ৰত ৰয়ৰ দেহাৱসান...

Asomiya Pratidin
  • দেশৰ প্ৰখ্যাত উদ্যোগপতি সুব্ৰত ৰয়ৰ দেহাৱসান।

  • ছাহাৰা গ্ৰুপৰ প্ৰতিষ্ঠাপক আছিল সুব্ৰত ৰয়।

  • মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৭৫ বছৰ।

  • মুম্বাইৰ এখন ব্যক্তিগত হাস্পতালত আজি তেওঁ শেষ নিশ্বাস ত্যাগ কৰে।

  • দীৰ্ঘদিন ধৰি অসুস্থ হৈ আছিল সুব্ৰত ৰয়।

  • বুধবাৰে মুম্বাইৰ পৰা লক্ষ্ণৌলৈ নিয়া হ'ব ৰয়ৰ মৃতদেহ।