ৰাষ্ট্ৰীয়

শ্ৰীনগৰত সন্ত্ৰাসবাদীৰ গ্ৰেণেড আক্ৰমণ, নিহত চি আই এছ এফৰ সহকাৰী উপ-পৰিদৰ্শক

asomiyapratidin
  • শ্ৰীনগৰৰ ৱাগোৰা নাওগামৰ পাৱাৰ গ্ৰীডত থকা নিৰাপত্তাৰক্ষীলৈ সন্ত্ৰাসবাদীৰ আক্ৰমণ৷
  • নিশা গ্ৰেণেড নিক্ষেপ কৰিলে সন্ত্ৰাসবাদীয়ে৷
  • আক্ৰমণত নিহত চি আই এছ এফৰ সহকাৰী উপ-পৰিদৰ্শক ৰাজেশ কুমাৰ৷
  • আক্ৰমণৰ পিছতে অঞ্চলটোত কটকটীয়া নিৰাপত্তাবেষ্টনী গঢ়ি তোলা হৈছে৷