ত্ৰিপুৰাৰ দুই সমষ্টিতে বিজেপিৰ প্ৰাৰ্থীৰ বিশাল অগ্ৰগতি... 
উত্তৰ-পূব

ত্ৰিপুৰাৰ দুই সমষ্টিতে বিজেপিৰ প্ৰাৰ্থীৰ বিশাল অগ্ৰগতি...

Asomiya Pratidin
  • ত্ৰিপুৰা ইষ্ট লোকসভা সমষ্টিত আগবাঢ়ি আছে বিজেপিৰ প্ৰাৰ্থী কৃতি দেৱী দেৱবৰ্মন।

  • তেওঁ লাভ কৰিছে ১৮০৪১৭টা ভোট।

  • চি পি আই এমৰ প্ৰাৰ্থী ৰাজেন্দ্ৰ ৰিয়াঙ্গে লাভ কৰিছে ৬২,৬৯৬টা ভোট।

  • নিকটতম প্ৰাৰ্থীতকৈ বিজেপিৰ প্ৰাৰ্থীগৰাকীয়ে ১১৭৭২১টা ভোটত আহবাঢ়ি আছে।

  • আনহাতে ত্ৰিপুৰা ৱেষ্ট লোকসভা সমষ্টিত কংগ্ৰেছ প্ৰাৰ্থী আশীষ কুমাৰ সাহাতকৈ বিজেপিৰ প্ৰাৰ্থী বিপ্লৱ কুমাৰ দে ১৩৮১৫৬টা ভোটত আগবাঢ়ি আছে।