উত্তৰ-পূব

৭ মাৰ্চত দ্বিতীয় বাৰৰ বাবে মেঘালয়ৰ মুখ্যমন্ত্ৰী ৰূপে শপত ল'ব কনৰাড চাংমাই

Asomiya Pratidin
  • অন্ত পৰিল মেঘালয়ৰ ৰাজনীতিৰ জল্পনা কল্পনা

  • এন পি পি এ, বি জে পি, এইচ এচ বি পি আৰু দুজন নিৰ্দলীয় বিধায়কৰ সমৰ্থন লাভ কৰিছে ৰাজ্যপাল ফাগু চৌহানৰ তাত দাখিল কৰিলে ৩২ বিধায়কৰ তালিকা

  • ৭ মাৰ্চত দ্বিতীয় বাৰৰ বাবে মেঘালয়ৰ মুখ্যমন্ত্ৰী ৰূপে শপত ল'ব কনৰাড চাংমাই।