উত্তৰ-পূব

অসমত ড্ৰাগছ যোগান ধৰিবলৈ আহি মানকাচাৰ আৰক্ষীৰ জালত মেঘালয়ৰ যুৱক

Asomiya Pratidin
  • মানকাচাৰৰ কুচনিমাৰাত আৰক্ষীৰ ড্ৰাগছৰ বিৰোধী অভিযান।

  • অভিযানত নিচাযুক্ত টেবলেটসহ ২ ড্ৰাগছ সৰবৰাহকাৰীক গ্ৰেপ্তাৰ আৰক্ষীৰ।

  • ধৃত সৰবৰাহকাৰী দুজন ক্ৰমে আজিজ মিয়া আৰু নিয়াৰ মাৰাক।

  • নিয়াৰ মাৰাক চুবুৰীয়া ৰাজ্য মেঘালয়ৰ বাসিন্দা।

  • কুচনিমাৰাৰ ড্ৰাগছ সৰবৰাহকাৰীক নিচাযুক্ত টেবলেটখিনি যোগান দিবলৈ আহিছিল মাৰাক।

  • আৰক্ষীয়ে গোপন সূত্ৰৰ খবৰৰ ভিত্তিত নিয়াৰ মাৰাক আৰু আজিজ মিয়াক গ্ৰেপ্তাৰ কৰে।

  • দুয়োৰ পৰা জব্দ কৰা হৈছে ১২৯৬ টা চেমপেক্স (sampex) নামৰ নিচাযুক্ত টেবলেট।