উত্তৰ-পূব

মিজোৰামৰ ভাৰত–ম্যানমাৰ সীমান্তত বুজন পৰিমাণৰ বিস্ফোৰক সামগ্রী উদ্ধাৰ

Asomiya Pratidin
  • মিজোৰামৰ ভাৰত–ম্যানমাৰ সীমান্তত অসম ৰাইফলছৰ অভিযান

  • অভিযানত বুজন পৰিমাণৰ বিস্ফোৰক সামগ্রী উদ্ধাৰ

  • উদ্ধাৰ ১০০ডাল জিলেটিন, ১০০টা ডিটনেটৰ

  • AK 47 ৰাইফলছৰ ১৫০ জাঁই গুলী উদ্ধাৰ

  • লগতে উদ্ধাৰ ১০ মিটাৰ ৱাৰ আৰু ১০টা বেটাৰী

  • দুটা পৰিত্যক্ত বেগৰ পৰা উদ্ধাৰ সামগ্রীখিনি।