উত্তৰ-পূব

মণিপুৰত দুই সমষ্টিৰ আপডেটঃ এটাত এন পি এফ আৰু আনটোত বিজেপিৰ অগ্ৰগতি...

Asomiya Pratidin
  • মণিপুৰত OUTER মণিপুৰ লোকসভা সমষ্টিত আগবাঢ়ি আছে NPFৰ প্ৰাৰ্থী কাচুই তিমথী জিমিক।

  • তেওঁ লাভ কৰিছে ৬৭৯৯০টা ভোট।

  • আনহাতে সমষ্টিটোত কংগ্ৰেছ প্ৰাৰ্থী আলফ্ৰেড কে এছ আথাৰে লাভ কৰিছে ৪৪,৩৯৭টা ভোট।

  • আনহাতে INNER মণিপুৰ লোকসভা সমষ্টিত আগবাঢ়ি আছে বিজেপি প্ৰাৰ্থী টি বি কুমাৰ সিং

  • তেওঁ লাভ কৰিছে ৪৮৬০৭টা ভোট।

  • বিজেপিৰ প্ৰাৰ্থীগৰাকী বিপৰীতে কংগ্ৰেছ প্ৰাৰ্থী এ বে অকৈজানে লাভ কৰিছে ৪৮,৪৬৯টা ভোট।

  • ১৩৮টা ভোটত আগবাঢ়ি আছে বিজেপিৰ প্ৰাৰ্থী গৰাকী।