ক্রীড়া-জগত

ইংলেণ্ডৰ বিৰুদ্ধে এদিনীয়া শৃংখলা, ৫ উইকেটত জয় ভাৰতৰ

asomiyapratidin
  • ইংলেণ্ডৰ বিৰুদ্ধে এদিনীয়া শৃংখলা জয় ভাৰতৰ।
  • মানচেষ্টাৰৰ তৃতীয় এদিনীয়াত ৫ উইকেটত জয় ভাৰত।
  • ঋষভ পণ্টে সংগ্রহ কৰিলে এদিনীয়া ক্রিকেটত প্রথমটো শতৰান।
  • ১২৫ ৰানৰ অপৰাজিত ইনিংছ ঋষভ পণ্টৰ।
  • জয়ৰ বাবে ২৬০ ৰানৰ লক্ষ্য বান্ধি দিছিল ইংলেণ্ডে।
  • ২-১ৰ ব্যৱধানত শৃংখলা জয় ভাৰতৰ।