ক্রীড়া-জগত

আন্তৰ্জাতিক ক্ৰিকেটত ৰিয়ান পৰাগৰ প্ৰথমটো উইকেট দখল

Asomiya Pratidin
  • হাতত বল লৈ উজলিল ৰিয়ান পৰাগ।

  • আন্তৰ্জাতিক ক্ৰিকেটত ৰিয়ান পৰাগৰ প্ৰথমটো উইকেট দখল।

  • শ্ৰীলংকাৰ বিপক্ষে তেঁওৰ এই সাফল্য লাভ কৰে।

  • শ্ৰীলংকাৰ নিৰ্ভৰযোগ্য বেটছমেন কামিন্দু মেণ্ডিচৰ উইকেট দখল কৰে ৰিয়ানে।

  • মাত্ৰ ১২ ৰান কৰিয়েই ৰিয়ানৰ বলত আউট হয় কামিন্দু মেণ্ডিচ।

  • অৱশ্যে ৫ নম্বৰ বেটিং কৰা ৰিয়ানে মাত্ৰ ৭ ৰান কৰিয়ে বিদায় লয়।

  • ৰিয়ানে ৬টা বলত এটা বাউণ্ডেৰী কোবাই ৭ৰান কৰে।