দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে খেলিবলগীয়া মেচৰ পূৰ্বে ৰোহিতৰ ডাঙৰ ঘোষণা... 
বিশ্বকাপ, ২০২৩

দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে খেলিবলগীয়া মেচৰ পূৰ্বে ৰোহিতৰ ডাঙৰ ঘোষণা...

Asomiya Pratidin

ডিজিটেল ডেস্কঃ দেওবাৰে ইডেন গাৰ্ডেনত দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে ভাৰতৰ হাইভল্টেজ মেচ। মেচখনৰ পূৰ্বে ৰোহিত শৰ্মাৰ বৃহৎ ঘোষণা। ভাৰতীয় দলৰ পৰা বাদ পৰিছে হাৰ্দিক পাণ্ডিয়া। আঘাতৰ সমস্যাত ভূগি থকা পাণ্ডিয়া কেৱল এই মেচখনৰ পৰাই নহয় বাদ পৰিছে বিশ্বকাপ দলৰ পৰাও। ২০২৩ বিশ্বকাপৰ অভিযান তেওঁ সামৰিছে।

(বিস্তাৰিত খবৰলৈ অপেক্ষা কৰক)

পঢ়ক সবিশেষ এই বাতৰি