ছয়গাঁৱত ৰে'লৰ খুন্দাত অচিনাক্ত মহিলাৰ মৃত্যু... 
আন্তঃৰাষ্ট্ৰীয়

বাংলাদেশত ভয়াৱহ ৰে’ল দুৰ্ঘটনা

Asomiya Pratidin
  • দুৰ্গা পূজাৰ আনন্দৰ মাজতেই বাংলাদেশত ভয়াৱহ ৰে’ল দুৰ্ঘটনা।

  • বাংলাদেশৰ কিশোৰগঞ্জৰ ভৈৰৱত দুখন ট্রেইনৰ সংঘৰ্ষ।

  • মালবাহী ৰে’লত পিছফালৰ পৰা যাত্রীবাহী ৰে’লৰ খুন্দা।

  • ২০ জন নিহত, শতাধিক যাত্রী আহত।