পৃথিৱীৰ শীৰ্ষ ১০ টা আটাইতকৈ দীৰ্ঘজীৱী প্ৰাণী

গ্ৰীণলেণ্ড শ্বাৰ্ক(Greenland Shark) - ৪০০ বছৰলৈকে

ব'হেড তিমি(Bowhead whale) - ২১১ বছৰলৈকে

কই মাছ (Koi fish)- ২২৬ বছৰলৈকে

ৰকফিছ(Rockfish) - ২০৫ বছৰলৈকে

গালাপাগোছ কচ্ছপ(Galapagos Tortoise) - ১৫২ বছৰলৈকে

আলডাব্ৰা জায়েন্ট কাছ(Aldabra Giant Tortoise) - ২৫৫ বছৰলৈকে

আফ্ৰিকান হাতী(African Elephant) - ৭০ বছৰলৈকে

লবষ্টাৰ(Lobster) - ১০০ বছৰলৈকে

ঘোঁৰাৰ নালৰ কেঁকোৰা(Horseshoe Crab) - ২০-৩০ বছৰলৈকে।

সাগৰীয় কোৱাহগ ক্লেম(ocean quahog clam)- ৫০৭ বছৰলৈকে