বহু উপকাৰী গুণৰে ভৰপুৰ কাঠফুলা

asomiyapratidin

ভিটামিন ডিৰ উৎকৃষ্ট উৎস

কাঠফুলা অতিবেঙুনীয়া (ইউভি) ৰশ্মিৰ  সংস্পৰ্শলৈ আহিলে ভিটামিন ডি শোষণ কৰি লয়।

ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে

কাঠফুলাত চেলেনিয়াম নামৰ এক শক্তিশালী এণ্টিঅক্সিডেণ্টো থাকে, যি ৰোগ প্ৰতিৰোধ প্ৰণালী সুস্থিৰ কৰাৰ লগতে কোষ আৰু কোষকলাৰ ক্ষতি প্ৰতিহত কৰাত সহায় কৰে।

নিউৰোডিজেনাৰেটিভ স্থিতিৰ বাবে লাভজনক

কাঠফুলাত থেৰাপিউটিক গুণ আছে, যিয়ে কলেষ্টেৰল হ্ৰাস কৰাত সহায় কৰে।

অন্ত্ৰ স্বাস্থ্যৱান কৰে

বিটা গ্লুকেনকে ধৰি কাঠফুলাৰ যৌগবোৰে প্ৰাকজৈৱিক হিচাপে কাম কৰে।