মগজু, মেৰুদণ্ডত নেইল পলিছে পেলাই পোনপটীয়া প্ৰভাৱ, মহিলাসকল সাৱধান হওঁক

asomiyapratidin

ট্ৰিফেনাইল ফছফেটসমৃদ্ধ নেইল পলিছ
নেইল পলিছ ব্যৱহাৰ কৰা মহিলাসকলৰ শৰীৰত ট্ৰিফেনাইল ফছফেটৰ দৰে এক বিষাক্ত ৰাসায়নিক পদাৰ্থ পোৱা যায়।

মগজুত প্ৰভাৱ
বিশেষভাৱে মস্তিষ্ক আৰু স্নায়ুতন্ত্ৰত প্ৰভাৱ বিস্তাৰ কৰে। যাৰ ফলত পাকস্থলীৰ পাচন আৰু হৰমন প্ৰণালীত ব্যাঘাত জন্মে।

মেৰুদণ্ডৰ ক্ষতি
নেইল পলিছত থকা নিউৰো-টক্সিন হৈছে এবিধ অতি বিষাক্ত পদাৰ্থ।ই মস্তিষ্কক পোনপটীয়াকৈ প্ৰভাৱিত কৰে।

কৰ্কট ৰোগৰ আশংকা
নেইল পলিছত থকা ফৰ্মেলডেড হৈছে এনে এক উপাদান, যিয়ে কাৰ্চিনোজেনিক বা কৰ্কট ৰোগ সৃষ্টিকাৰী।

নেইল পলিছৰ ফলত শিশুৰো স্বাস্থ্যৰো হয় যথেষ্ট ক্ষতি
নেইল পলিছত টলুইন নামৰ এটা উপাদান থাকে। ই পোনপটীয়াকৈ মাকৰ গাখীৰত প্ৰৱেশ কৰে। যি স্তনপানৰ কৰোৱাৰ জৰিয়তে শিশুৰ দেহলৈও প্ৰবাহিত হৈ পৰে।