অভিনেতা আদিল হুছেইনলৈ অসম সাহিত্য সন্মিলনৰ বঁটা

অভিনেতা আদিল হুছেইনলৈ অসম সাহিত্য সন্মিলনৰ বঁটা
Published on
Updated on
  • অভিনেতা আদিল হুছেইনলৈ অসম সাহিত্য সন্মিলনৰ বঁটা।
  • "অসম অভিনয় ৰত্ন" বটা ঘোষণা কৰিলে সাহিত্য সন্মিলনে।
  • মঙলবাৰে ঘোষণা কৰে এই বঁটা।
  • ইতিমধ্যে অভিনয় জগতত নিজ পাৰদৰ্শিতাৰ বাবে আন্তঃৰাষ্ট্ৰীয়সন্মান বুটলিবলৈ সক্ষম হৈছে শিল্পীজনে।
  • অসমীয়া, হিন্দী, ইংৰাজী, বাঙালী, তামিল, মাৰাঠী, মালায়ালম, ফ্ৰেন্স ভিন্নভাষাৰ ছবিত অভিনয় কৰিছে অভিনেতা জনে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in