-
১৭গৰাকী আৰক্ষী পৰিদৰ্শকে হেৰুৱাব পাৰে চাকৰি
-
১০ ছেপ্টেম্বৰত আটাইকেইগৰাকী বিষয়ালৈ পত্র প্রেৰণ আৰক্ষী মুখ্য কাৰ্যালয়ৰ
-
অবৈধভাৱে নিৰ্বাচিত হৈছিল আৰক্ষী বিষয়া কেইগৰাকী
-
২০০৮ চনৰ নিযুক্তি তালিকা পুনৰ প্রস্তুতৰ নিৰ্দেশ আদালতৰ
-
লেখ আবেদনৰ জৰিয়তে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হৈছিল ভুক্তভোগী
-
ইতিমধ্যে অব্যাহতি দিয়া হৈছে অঞ্জন চৌধুৰী আৰু দীপাংকৰ শইকীয়াক
-
১৭ গৰাকীৰ তালিকাত আছে ছহিদুল ৰহমান, ভাস্কৰ বৰ্মন, বদ্রী প্রসাদ বাৰুৱাতী
-
হেমেন শৰ্মা, ফাৰুক আহমেদ, অমৰ ঘোষ, নৱজিৎ তালুকদাৰ
-
কামাখ্যা মিশ্র, আমিনুল ইছলাম, শশধৰ কলিতা, ছৰিফুল ৰহমান
-
উদ্দীপ্ত কলিতা, নীলিমা বড়ো, ভনিতা দাস, ৰিংকুমণি কলিতা
-
টুইংকল গোস্বামী, সুনীতা ডেকাৰ নাম তালিকাত অন্তৰ্ভুক্ত
Also Read: উৰিয়াগাঁও আঞ্চলিক উন্নয়ন সমিতিৰ বিশেষ সাধাৰণ সভা সম্পন্ন