চাহ জনজাতিৰ উন্নয়নৰ বাবে কেইবাটাও পদক্ষেপ মুখ্যমন্ত্ৰীৰ

চাহ জনজাতিৰ উন্নয়নৰ বাবে কেইবাটাও পদক্ষেপ মুখ্যমন্ত্ৰীৰ
Published on
Updated on

ডিজিটেল ডেস্ক : চাহ জনজাতিসকলৰ উন্নয়নক অগ্ৰাধিকাৰ প্ৰদানৰ বাবে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন ৰাজ্য চৰকাৰে গ্ৰহণ কৰা কল্যাণমূলক পদক্ষেপসমূহ শুকুৰবাৰে ৰাজহুৱা কৰা হয়। এই সন্দৰ্ভত মুখ্যমন্ত্ৰী ড০ শৰ্মাই সামাজিক মাধ্যমযোগে কেইবাটাও পদক্ষেপৰ কথা উল্লেখ কৰে।

সামাজিক মাধ্যমত উল্লেখিত পদক্ষেপসমূহ হৈছে-

  • অসম চাহ কোম্পানী লিমিটেডৰ চাহ বাগিচাৰ শ্ৰমিকৰ বাবে ২০% বোনাচ।

  • ৰাজ্য চৰকাৰৰ চাকৰিত ৩% সংৰক্ষণ।

  • ৩০ এম বি বি এছ আসন সংৰক্ষিত।

  • মহিলা আত্মসহায়ক গোটলৈ ২৫,০০০ টকাকৈ সাহায্য ।

  • ১১৮খন আদৰ্শ বিদ্যালয় স্থাপন।

চাহ জনজাতিৰ উন্নয়নৰ বাবে কেইবাটাও পদক্ষেপ মুখ্যমন্ত্ৰীৰ
ৰাজ্যিক বিজেপিত দলীয় অন্তঃ কন্দলে লৈছে ভয়ংকৰ ৰূপ

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in