দল বিৰোধী কাৰ্যকলাপত লিপ্ত আপৰ ৫ কৰ্মীক বহিষ্কাৰ

দল বিৰোধী কাৰ্যকলাপত লিপ্ত আপৰ ৫ কৰ্মীক বহিষ্কাৰ
Published on
Updated on
  • দল বিৰোধী কাৰ্যকলাপত লিপ্ত আপৰ ৫ কৰ্মীক বহিষ্কাৰ।

  • কেন্দ্ৰীয় নেতৃত্বৰ সিদ্ধান্ত মৰ্মে ৫গৰাকী কৰ্মীক দলৰ পৰা বহিষ্কাৰ।

  • এক বিজ্ঞপ্তিযোগে এই কথা ৰাজহুৱা কৰিছে আম আদমি পাৰ্টীয়ে।

  • দলৰ পৰা বহিষ্কাৰ হোৱা ব্যক্তি কেইগৰাকী হৈছে নৰায়ণ দত্ত ভূঞা, ব্ৰজেন কুমাৰ সন্দিকৈ, অনুৰূপা বড়ো, মুনিন গগৈ আৰু চন্দনজ্যোতি ফুকন।

দল বিৰোধী কাৰ্যকলাপত লিপ্ত আপৰ ৫ কৰ্মীক বহিষ্কাৰ
দিল্লী আৰক্ষীৰ অভিযান : নগাঁৱত দুই চাইবাৰ অপৰাধীক গ্ৰেপ্তাৰ

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in