-
অসমত ৬৪গৰাকী চিকিৎসক আৰু পঞ্জীয়কৰ পদত্যাগ।
-
বিগত ৫বছৰত ৰাজ্যত চাকৰি এৰিলে ১৭৪গৰাকী চৰকাৰী চিকিৎসকে।
-
এই পদত্যাগ পত্ৰসমূহ ২০২১ চনৰ পৰা ২০২৩ চনলৈ।
-
গুৱাহাটী চিকিৎসাৰ মহাবিদ্যালয়ৰ ১৬জনৰ পদত্যাগ পত্ৰ।
-
একেদৰে তেজপুৰ চিকিৎসা মহাবিদ্যালয়ৰ ৪জন চিকিৎসকৰ পদত্যাগ পত্ৰ।
-
শিলচৰ চিকিৎসা মহাবিদ্যালয়ৰ ৪জন চিকিৎসকৰ পদত্যাগ পত্ৰ।
-
তিনিচুকীয়া চিকিৎসা মহাবিদ্যালয়ৰ ১জন চিকিৎসকৰ পদত্যাগ পত্ৰ।
-
একেদৰে নলবাৰী চিকিৎসা মহাবিদ্যালয়ৰ ২জন চিকিৎসকৰ পদত্যাগ পত্ৰ প্ৰেৰণ কৰিছে।
-
কোকৰাঝাৰ চিকিৎসা মহাবিদ্যালয়ৰ ৩জন চিকিৎসকৰ পদত্যাগ পত্ৰ।
-
বৰপেটাৰ ফকৰুদ্দিন আলী আহমেদ চিকিৎসা মহাবিদ্যালয়ৰ ৬জন চিকিৎসকৰ পদত্যাগ পত্ৰ।
-
ধুবুৰী চিকিৎসা মহাবিদ্যালয়ৰ ৩জন চিকিৎসকৰ পদত্যাগ পত্ৰ।
-
ডিফু চিকিৎসা মহাবিদ্যালয়ৰো ১জন চিকিৎসকে পদত্যাগ পত্ৰ প্ৰেৰণ কৰিছে।
-
সমান্তৰালকৈ অসম চিকিৎসা মহাবিদ্যালয়ৰ ১১জন চিকিৎসকৰ পদত্যাগ পত্ৰ।
-
যোৰহাট চিকিৎসা মহাবিদ্যালয়ৰ ১৩জন চিকিৎসকৰ পদত্যাগ পত্ৰ।
ৰাজ্যৰ অৰ্ধশতাধিক চিকিৎসক আৰু পঞ্জীয়কৰ পদত্যাগ
ৰাজ্যৰ অৰ্ধশতাধিক চিকিৎসক আৰু পঞ্জীয়কৰ পদত্যাগ
New Update