অসমত ৬৪গৰাকী চিকিৎসক আৰু পঞ্জীয়কৰ পদত্যাগ।
বিগত ৫বছৰত ৰাজ্যত চাকৰি এৰিলে ১৭৪গৰাকী চৰকাৰী চিকিৎসকে।
এই পদত্যাগ পত্ৰসমূহ ২০২১ চনৰ পৰা ২০২৩ চনলৈ।
গুৱাহাটী চিকিৎসাৰ মহাবিদ্যালয়ৰ ১৬জনৰ পদত্যাগ পত্ৰ।
একেদৰে তেজপুৰ চিকিৎসা মহাবিদ্যালয়ৰ ৪জন চিকিৎসকৰ পদত্যাগ পত্ৰ।
শিলচৰ চিকিৎসা মহাবিদ্যালয়ৰ ৪জন চিকিৎসকৰ পদত্যাগ পত্ৰ।
তিনিচুকীয়া চিকিৎসা মহাবিদ্যালয়ৰ ১জন চিকিৎসকৰ পদত্যাগ পত্ৰ।
একেদৰে নলবাৰী চিকিৎসা মহাবিদ্যালয়ৰ ২জন চিকিৎসকৰ পদত্যাগ পত্ৰ প্ৰেৰণ কৰিছে।
কোকৰাঝাৰ চিকিৎসা মহাবিদ্যালয়ৰ ৩জন চিকিৎসকৰ পদত্যাগ পত্ৰ।
বৰপেটাৰ ফকৰুদ্দিন আলী আহমেদ চিকিৎসা মহাবিদ্যালয়ৰ ৬জন চিকিৎসকৰ পদত্যাগ পত্ৰ।
ধুবুৰী চিকিৎসা মহাবিদ্যালয়ৰ ৩জন চিকিৎসকৰ পদত্যাগ পত্ৰ।
ডিফু চিকিৎসা মহাবিদ্যালয়ৰো ১জন চিকিৎসকে পদত্যাগ পত্ৰ প্ৰেৰণ কৰিছে।
সমান্তৰালকৈ অসম চিকিৎসা মহাবিদ্যালয়ৰ ১১জন চিকিৎসকৰ পদত্যাগ পত্ৰ।
যোৰহাট চিকিৎসা মহাবিদ্যালয়ৰ ১৩জন চিকিৎসকৰ পদত্যাগ পত্ৰ।