সামাজিক মাধ্যমত পোষ্ট দি ৰঙা ঘৰৰ আলহী অভিজিৎ অসম

সামাজিক মাধ্যমত প’ষ্ট দি কামপুৰত গ্রেপ্তাৰ যুৱক। শুকুৰবাৰে যুৱক জনক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে।
সামাজিক মাধ্যমত পোষ্ট দি ৰঙা ঘৰৰ আলহী অভিজিৎ অসম
Published on
Updated on
  • সামাজিক মাধ্যমত প’ষ্ট দি কামপুৰত গ্রেপ্তাৰ যুৱক।

  • শুকুৰবাৰে যুৱক জনক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে।

  • ধৃত যুৱকজন কামপুৰৰ অভিজিৎ লস্কৰ ওৰফে অভিজিৎ অসম।

  • আলফা সন্দৰ্ভত প’ষ্ট দিছিল অভিজিৎ লস্কৰে।

  • কিছুদিন পূৰ্বে উদয় অসমৰ মৃত্যুক লৈ আৰক্ষীৰ বিৰুদ্ধে দিছিল প’ষ্ট।

  • কামৰূপ আৰক্ষীয়ে গোচৰ ৰুজু কৰি অভিজিতক হাজিৰ কৰে আদালতত।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in