ডিজিটেল ডেস্ক : ৰাজ্যৰ কংগ্রেছ নেতা-কৰ্মীলৈ নিৰ্দেশনা এ আই চি চি অৰ্থাৎ অল ইণ্ডিয়া কংগ্ৰেছ কমিটৰ। বানাক্রান্তক সহায়ৰ আহ্বান জনাইছে কংগ্রেছীয়ে। প্রয়োজনীয় সাহাৰ্য সামগ্রী যোগান ধৰাৰ বাবে আহ্বান এ আই চি চিৰ।
তদুপৰি নিয়মিত বান বিধ্বস্ত এলেকা পৰিদৰ্শনৰ আহ্বানও জনাইছে এ আই চি চিয়ে। সাংসদ, বিধায়ক, এ পি চি চিৰ বিষয়ববীয়া আৰু ভগ্নী সংগঠনলৈ এই আহ্বান। উল্লেখ্য যে, এ আই চি চিৰ হৈ এই আহ্বান সাধাৰণ সম্পাদক জীতেন্দ্র সিঙৰ।
Also Read: প্ৰায় ৮কোটিৰ ড্ৰাগছসহ দুজনক আটক...