/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-12/e8ba7f89-772b-4201-b00a-84a1e1e3d219/344.jpg)
এন আৰ এলৰ মহাপ্ৰৱন্ধকৰ বিৰুদ্ধে গোপন তথ্য বাহিৰত বিক্ৰী কৰাৰ অভিযোগ
জালিয়াতিকে ধৰি বিভিন্ন অভিযোগত অভিযুক্ত মহাপ্ৰৱন্ধক দিগন্ত চাংমাই
চাংমাইক সুদীৰ্ঘ সময় জেৰা গোলাঘাট আৰু নুমলীগড় আৰক্ষীৰ
পূৰ্বে নাৰী কেলেংকাৰীতো জড়িত থকাৰ অভিযোগ চাংমাইৰ বিৰুদ্ধে
এনআৰএলত চাংমাইৰ বিৰুদ্ধে প্ৰতিবাদ ৷
Also Read: ওদালগুৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ হীৰক জয়ন্তীৰ আৰম্ভণি