অসম চিকিৎসা মহাবিদ্যালয়ত চাঞ্চল্য! পত্নীক হত্যা কৰি আচামীৰ আত্মহত্যা…

অসম চিকিৎসা মহাবিদ্যালয়ত চাঞ্চল্য! পত্নীক হত্যা কৰি আচামীৰ আত্মহত্যা…
Published on
Updated on
  • ডিব্রুগড় অসম চিকিৎসা মহাবিদ্যালয়ত চাঞ্চল্যকৰ ঘটনা।
  • AMCHত পত্নীক হত্যা কৰি আচামীৰ আত্মহত্যা।
  • আত্মহত্যা কৰা আচামীজনৰ নাম ৰঞ্জিৎ দাস।
  • ১৫ আগষ্টৰ পৰাই AMCHত চিকিৎসাধীন হৈ আছিল।
  • AMCHৰ প্লাষ্টিক ছাৰ্জাৰী বিভাগৰ স্নানাগাৰত এই ঘটনা।
  • শুকুৰবাৰে নিশাৰ ভাগত স্নানাগাৰত এই ঘটনা।
  • পত্নীক ডিঙিত ব্লেডেৰে ৰেপি হত্যা ৰঞ্জিৎ দাসৰ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in