-
এ পি এছ চি কেলেংকাৰীক লৈ এছ আই টিৰ তদন্ত অৱ্যাহত
-
এ চি এছ ত্ৰিদীপ ৰয়লৈ জাননী এছ আই টিৰ
-
অহা ২৮ নৱেম্বৰত হাজিৰ হোৱাৰ নিৰ্দেশ ৰাজপত্ৰিত বিষয়াগৰাকীক
-
বিষয়াগৰাকীৰ বিৰুদ্ধে এছ আই টিয়ে লাভ কৰিছে বহু বিস্ফোৰক তথ্য
-
অৱসৰপ্ৰাপ্ত ন্যায়াধীশ বিপ্লৱ কুমাৰ শৰ্মাৰ প্ৰতিবেদনতো নাম আছে বিষয়াগৰাকীৰ।
Also Read: নগাঁৱৰ ১৯০ খন ৰাস সমিতিক চৰকাৰৰ আৰ্থিক অৰিহণাৰ চেক বিতৰণ