শিল্পী অৰুণ দাস চিকিৎসাধীন...

বিশিষ্ট কন্ঠশিল্পী অৰুণ দাস গুৰুতৰভাৱে অসুস্থ । মুম্বাইত চিকিৎসাধীন হৈ আছে শিল্পীগৰাকী ।
কন্ঠশিল্পী অৰুণ দাস
কন্ঠশিল্পী অৰুণ দাস
Published on
Updated on

ডিজিটেল ডেস্কঃ বিশিষ্ট কন্ঠশিল্পী অৰুণ দাস গুৰুতৰভাৱে অসুস্থ । মুম্বাইত চিকিৎসাধীন হৈ আছে শিল্পীগৰাকী । নব্বৈ দশকৰ জনপ্ৰিয় কন্ঠশিল্পী আছিল অৰুণ দাস । শিল্পীগৰাকীৰ মৃত্যু হোৱা বুলি প্ৰচাৰ হৈছে মিছা বাতৰি ।

শিল্পীগৰাকী পুনৰ সুস্থ হোৱাৰ কামনাৰে গুণমুগ্ধই জনাইছে প্ৰাৰ্থনা । আৰ্থিক আৰু আন সমস্যাৰে জৰ্জৰিত শিল্পীগৰাকী । শেহতীয়াকৈ শিল্পীগৰাকীক প্ৰদান কৰা হৈছিল শিল্পী পেঞ্চন ।

কন্ঠশিল্পী অৰুণ দাস
আজি দেশে লাভ কৰিব নতুন সংসদ ভৱন...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in