ডিজিটেল ডেস্কঃ ইন্দ্ৰাণী তদবিলদাৰৰ মৃত্যু কাণ্ডত নাম সাঙোৰ খাইছে এজনৰ পাছত আন এজনৰ। এইবাৰ চাকৰিৰ পৰা নিলম্বন হ'ল এগৰাকী প্ৰৱক্তা।
প্রবক্তা অসীম চক্রৱৰ্তীক চাকৰিৰ পৰা নিলম্বন। নলবাৰী সংস্কৃত মহাবিদ্যালয়ৰ প্রবক্তা আছিল অসীম চক্রৱৰ্তী। ইন্দ্রাণী তহবিলদাৰৰ আত্মহত্যা কাণ্ডৰ লগত জড়িত আছিল চক্রৱৰ্তী।
অসীম চক্রৱৰ্তীৰ নেতৃত্বত নলবাৰীত চাকৰিৰ বজাৰ মেলাৰ অভিযোগ।বহু চাকৰি প্রত্যাশীৰ পৰা ধন সংগ্রহৰো অভিযোগ। অভিযুক্ত অনুৰাগ চলিহাৰ লগতো আছিল ধনৰ লেনদেন। উচ্চ শিক্ষা সঞ্চালকৰ সংস্কৃত শিক্ষাৰ উপ সঞ্চালকে নিলম্বন কৰে চক্রৱৰ্তী।
Also Read: ইয়ে মেৰা ইণ্ডিয়া...