-
আজিৰ পৰা বিধান সভাৰ শৰৎকালীন অধিৱেশন আৰম্ভ।
-
নৱনিৰ্মিত বিধানসভা ভৱনত হ'ব বিধান সভাৰ শৰৎকালীন অধিৱেশন।
-
৫ দিনৰ বাবে অনুষ্ঠিত হ’ব এই অধিৱেশন।
-
অধিৱেশনৰ পূৰ্বেই উন্মোচন কৰা হ'ব নতুন বিধানসভা ভৱনত নিৰ্মিত জাতিৰ পিতা মহাত্মা গান্ধীৰ আৱক্ষ মূৰ্তি।
-
৯ বজাত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই উন্মোচন কৰিব আৱক্ষ মূৰ্তিটো।
-
৯ বাজি ৩০ মিনিটত আৰম্ভ হ'ব বিধান সভাৰ শৰৎকালীন অধিৱেশন।
-
মুঠ ২৩ খন বিধেয়ক উত্থাপন হোৱাৰ সম্ভাৱনা এই অধিৱেশনত।
-
৮খন নতুন বিধেয়ক আৰু ১৫ খন সংশোধনী বিধেয়ক উত্থাপন হোৱাৰ সম্ভাৱনা।
আজিৰ পৰা বিধানসভাৰ শৰৎকালীন অধিৱেশন: মুঠ ২৩ খন বিধেয়ক উত্থাপনৰ সম্ভাৱনা
আজিৰ পৰা বিধানসভাৰ শৰৎকালীন অধিৱেশন: মুঠ ২৩ খন বিধেয়ক উত্থাপনৰ সম্ভাৱনা
New Update