বাংগালুৰুত অসমীয়া অভিযন্তাৰ ৰহস্যজনক মৃত্যু…

বাংগালুৰুত অসমীয়া অভিযন্তাৰ ৰহস্যজনক মৃত্যু…

author-image
asomiyapratidin
New Update
বাংগালুৰুত অসমীয়া অভিযন্তাৰ ৰহস্যজনক মৃত্যু…

  • বাংগালুৰুত অসমীয়া অভিযন্তাৰ ৰহস্যজনক মৃত্যু।
  • ৮ মহলীয়া অট্টালিকাৰ পৰা পৰি মৃত্যু অভিযন্তাৰ।
  • মৃত্যু হোৱা অভিযন্তাগৰাকীৰ নাম ত্রিদীপ কোঁৱৰ।
  • অভিযন্তা হিচাপে কৰ্মৰত আছিল বাংগালুৰুত।
  • অভিযন্তাগৰাকীৰ ঘৰ নাৰায়ণপুৰত
assam dead bangalore