প্রকাশ পালে পঞ্চায়ত নিৰ্বাচনৰ খচৰা ভোটাৰ তালিকা...

প্রকাশ পালে পঞ্চায়ত নিৰ্বাচনৰ খচৰা ভোটাৰ তালিকা...
Published on
Updated on
  • পঞ্চায়ত নিৰ্বাচনৰ বাবে খচৰা ভোটাৰ তালিকা প্রকাশ।

  • নিৰ্বাচন আয়োগে প্রকাশ কৰিলে ফটোযুক্ত ভোটাৰৰ তালিকা।

  • পোন প্রথমবাৰৰ বাবে অ' ই আৰ এম এছ (OERMS) পদ্ধতিৰে প্রস্তুত কৰা হৈছে এই ভোটাৰ তালিকা।

  • ৪০ জিলা আৰু মহকুমাৰ বাবে ভোটাৰ তালিকা প্রকাশ কৰিছে ৰাজ্যিক নিৰ্বাচন আয়োগৰ।

  • প্ৰকাশিত তালিকা অনুসৰি মুঠ ভোটাৰৰ সংখ্যা ১,৭৬,৪৪,০০৯ গৰাকী।

  • ইয়াৰে পুৰুষ ভোটাৰ ৮৯,০৮,৬০৪ গৰাকী হোৱাৰ বিপৰীতে মহিলা ভোটাৰ ৮৭,৩৫,১৮৪ গৰাকী।

  • লগতে অন্যান্য ভোটাৰৰ সংখ্যা ২২১ গৰাকী। 

প্রকাশ পালে পঞ্চায়ত নিৰ্বাচনৰ খচৰা ভোটাৰ তালিকা...
ধেমাজি হত্যাকাণ্ড ৰায়দানঃ মুখ্যমন্ত্ৰীৰ প্ৰতিক্ৰিয়া

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in