অসম সাহিত্য সভা : বাৰপূজীয়া অধিৱেশনৰ আজি তৃতীয় দিন

বিয়লি অনুষ্ঠিত হ'বলগীয়া সাংবাদিক সন্মিলন আৰু সম্বৰ্ধনা অনুষ্ঠানৰ উদ্বোধন কৰিব সাদিন-প্ৰতিদিন গোষ্ঠীৰ অধ্যক্ষ তথা অসমীয়া প্ৰতিদিনৰ সম্পাদক জয়ন্ত বৰুৱাই।
অসম সাহিত্য সভা : বাৰপূজীয়া অধিৱেশনৰ আজি তৃতীয় দিন
Published on
Updated on

ডিজিটেল ডেস্ক : মৰিগাঁও জিলাৰ বাৰপূজীয়াত অনুষ্ঠিত অসম সাহিত্য সভাৰ বিশষ বাৰ্ষিক অধিৱেশনৰ আজি তৃতীয় দিন। তৃতীয় তথা শুকুৰবাৰৰ পুৱা অনুষ্ঠিত কৰা হৈছে বুৰঞ্জী সন্মিলন। ইয়াৰ পাছতে উলিওৱা হ'ব বৰ্ণিল সাংস্কৃতিক শোভাযাত্ৰা।

কাৰ্যসূচী অনুসৰি দুপৰীয়া অনুষ্ঠিত হ'ব হোমেন বৰগোঁহাঞি সোঁৱৰণি প্ৰথম মুকলি সভা। বিয়লি অনুষ্ঠিত হ'বলগীয়া সাংবাদিক সন্মিলন আৰু সম্বৰ্ধনা অনুষ্ঠানৰ উদ্বোধন কৰিব সাদিন-প্ৰতিদিন গোষ্ঠীৰ অধ্যক্ষ তথা অসমীয়া প্ৰতিদিনৰ সম্পাদক জয়ন্ত বৰুৱাই।

আনহাতে সন্ধিয়া অনুষ্ঠিত হ'ব সাংস্কৃতিক সন্মিলন। স্বাভাৱিকতে জ্ঞান চৰ্চাৰ থলীলৈ পৰিণত হৈছে বাৰপূজীয়া অধিৱেশন।

অসম সাহিত্য সভা : বাৰপূজীয়া অধিৱেশনৰ আজি তৃতীয় দিন
হেমন্ত ছোৰেণৰ পদত্যাগৰ পিছত চম্পাইক মুখ্যমন্ত্ৰীৰ দায়িত্ব

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in