সৰভোগত বিদ্যুৎ বিভাগৰ বৈদ্যুতিক তাঁৰ চুৰিৰ ঘটনা : হাতে-লোটে আটক ৪জনক

সৰভোগত বিদ্যুৎ বিভাগৰ বৈদ্যুতিক তাঁৰ চুৰিৰ ঘটনা : হাতে-লোটে আটক ৪জনক
Published on
Updated on
  • সৰভোগত সংঘটিত হৈছে বিদ্যুৎ বিভাগৰ বৈদ্যুতিক তাঁৰ চুৰিৰ ঘটনা।

  • সাহাপুৰ চাৰিআলি চ'কৰ পৰা বৈদ্যুতিক তাঁৰ চুৰি কৰি লৈ যোৱা সময়ত ৰাইজে হাতে-লোটে আটক কৰে ধৃত চোৰকেইটাক।

  • ধৃত চাৰি চোৰ ক্ৰমে-  উদ্ধৱ ছাউদ , কৌশিক দাস , দিনপাল মজুমদাৰ আৰু হৰিদয় ৰয়।

  • ইয়াৰে এজন সৰভোগৰ বিদ্যুৎ বিভাগৰ এজন কৰ্মচাৰী বুলি জানিব পৰা গৈছে।

  • উল্লেখ্য যে প্ৰায় দুমাহ পূৰ্বে এই চাৰিগৰাকী ব্যক্তিয়ে বৈদ্যুতিক তাঁৰ চুৰি কৰিছিল।

সৰভোগত বিদ্যুৎ বিভাগৰ বৈদ্যুতিক তাঁৰ চুৰিৰ ঘটনা : হাতে-লোটে আটক ৪জনক
আই চি চি অনুৰ্দ্ধ-১৯ মহিলা বিশ্বকাপৰ সময় সূচী ঘোষণা

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in