মজুত আছে পৰ্যাপ্ত আলু, পিঁয়াজঃ দাম বৃদ্ধি নকৰিবলৈ আহ্বান মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসৰ

সকলো জিলা আয়ুক্তই দিছে পৰ্যাপ্ত আলু, পিঁয়াজ মজুত থকাৰ তথ্য
মজুত আছে পৰ্যাপ্ত আলু, পিঁয়াজঃ দাম বৃদ্ধি নকৰিবলৈ আহ্বান মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসৰ
মজুত আছে পৰ্যাপ্ত আলু, পিঁয়াজঃ দাম বৃদ্ধি নকৰিবলৈ আহ্বান মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসৰ
Published on
Updated on

ডিজিটেল সংবাদ পাটাছাৰকুছি: খাদ্য ৰাজহুৱা বিতৰণ আৰু গ্ৰাহক পৰিক্ৰমা বিভাগৰ মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে পশ্চিম বংগত অসমলৈ পিয়াঁজ আৰু আলু কঢ়িয়াই অনা ট্ৰাক বন্ধ কৰাৰ সন্দৰ্ভত প্ৰকাশিত বাতৰিৰ পিছতে ব্যৱসায়ীসকলক জধে মধে অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধি নকৰিবলৈ আহ্বান জনায়। তেওঁ জানিবলৈ দিয়ে যে সকলো জিলা উপায়ুক্তৰ পৰা পোৱা তথ্য অনুসৰি সকলো জিলাতেই আলু, পিঁয়াজ পৰ্যাপ্ত পৰিমানে মজুত এতিয়াও আছে৷

ট্ৰাক আবদ্ধ হোৱাৰ ফলত কোনো প্ৰভাব নপৰিব৷ তেওঁ স্পষ্ট কৰি দিয়ে যে ট্ৰাকসমূহ কেতিয়াবা কিছুসময়ৰ বাবে ৰৈ আছিল যদিও এতিয়া অসমৰ ফালে আহি আছে আৰু জনসাধাৰণে এনে অত্যাৱশ্যকীয় সামগ্ৰীৰ অভাৱৰ বাবে চিন্তা কৰাৰ প্ৰয়োজন নাই বুলি স্পষ্ট কৰি দিয়ে৷

মজুত আছে পৰ্যাপ্ত আলু, পিঁয়াজঃ দাম বৃদ্ধি নকৰিবলৈ আহ্বান মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসৰ
কাছাৰত নাই জাপানীজ এনকেফেলাইটিছৰ সংক্ৰমণঃ মেলেৰিয়া, ডেংগুৰ আছে প্ৰভাৱ

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in