পাটছাৰকুছিত ভয়ংকৰ পথ দুৰ্ঘটনাঃ থিতাতে নিহত এজন...

পাটছাৰকুছিত ভয়ংকৰ পথ দুৰ্ঘটনাঃ থিতাতে নিহত এজন...
পাটছাৰকুছিত ভয়ংকৰ পথ দুৰ্ঘটনাঃ থিতাতে নিহত এজন...
Published on
Updated on
  • বজালীৰ পাটছাৰকুছিত ভয়ংকৰ পথ দুৰ্ঘটনা।

  • এখন ১০ চকীয়া ট্রাকে মহটিয়াই নিয়ে পথচাৰীক।

  • দুৰ্ঘটনাত থিতাতে নিহত হৈছে এজন লোক।

  • বৰ্তমানলৈ উদ্ধাৰ হোৱা নাই নিহত লোকজনৰ পৰিচয়।

  • ঘটনাস্থলীত উপস্থিত স্থানীয় আৰক্ষী।

  • আৰক্ষীয়ে ঘটনা সন্দৰ্ভত আৰম্ভ কৰিছে তদন্ত।

পাটছাৰকুছিত ভয়ংকৰ পথ দুৰ্ঘটনাঃ থিতাতে নিহত এজন...
মুকালমুৱাত পথ দুৰ্ঘটনাঃ তিনিজনকৈ লোক আহত...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in