'শ্ৰদ্ধা সুৰভি নিধি'ৰ সঞ্চালক ঋতুপৰ্ণ পাঠকক গ্ৰেপ্তাৰ...

'শ্ৰদ্ধা সুৰভি নিধি'ৰ সঞ্চালক ঋতুপৰ্ণ পাঠকক গ্ৰেপ্তাৰ...
Published on
Updated on
  • বিত্তীয় সংস্থা 'শ্ৰদ্ধা সুৰভি নিধি'ৰ সঞ্চালকক গ্ৰেপ্তাৰ আৰক্ষীৰ ৷

  •  গ্ৰাহকৰ জমা ধন লুট কৰি পলায়ন কৰি থকা বিত্তীয় সংস্থাটোৰ সঞ্চালক ঋতুপৰ্ণ পাঠকক গ্ৰেপ্তাৰ ৷

  •  ৰাজ্যৰ ভিন্ন প্ৰান্তত শ্ৰদ্ধা সুৰভি লিমিটেড নিধি'ৰ নামত সংগ্ৰহ কৰা জমা ধন তথা মেছিউৰিটীৰ ধন গ্ৰাহক ওভোটাই দিয়া নাছিল বিত্তীয় সংস্থাটোৰ সঞ্চালকগৰাকীয়ে৷

  •  জমা থোৱা ধন বিচাৰি হাবাথুৰি খাব লগা হৈছিল গ্ৰাহকে ৷

  • ইয়াৰ পিছতে উপায়ন্তৰ গ্ৰাহকে বৰপেটা সদৰ থানাত দাখিল কৰিছিল এজাহাৰ ৷ 

  • ইয়াৰ পিচৰে পৰাই পলাতক হৈ থকা ঋতুপৰ্ণ পাঠকক বৰপেটা আৰক্ষীয়ে আটক কৰি বৰ্তমান বৰপেটা সদৰ আৰক্ষী থানাত জেৰা অব্যাহত ৰাখিছে ৷

  • অৱশ্যে এইপৰ্যন্ত আৰক্ষীয়ে ঘটনা সন্দৰ্ভত সংবাদ মাধ্যমৰ আগত কোনো মন্তব্য কৰা নাই ৷

'শ্ৰদ্ধা সুৰভি নিধি'ৰ সঞ্চালক ঋতুপৰ্ণ পাঠকক গ্ৰেপ্তাৰ...
ৰাঙলুত নিচাযুক্ত দ্ৰব্যসহ এজনক আটক

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in