কোকৰাঝাৰ বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ সন্মুখত এবছুৰ উত্তাল প্ৰতিবাদ...

কোকৰাঝাৰ বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ সন্মুখত এবছুৰ উত্তাল প্ৰতিবাদ...
কোকৰাঝাৰ বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ সন্মুখত এবছুৰ উত্তাল প্ৰতিবাদ...
Published on
Updated on
  • বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ সন্মুখত এবছুৰ প্ৰতিবাদী কাৰ্যসূচী।

  • বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ উপাচাৰ্য লাইশ্ৰাম লাড্ডু সিঙক অপসাৰণৰ দাবীত পুত্তলিকা দাহ ৰাজভৱনৰ কৰ্মচাৰীৰ।

  • পুত্তলিকা দাহনৰ সময়ত আৰক্ষীৰে ঠেলাহেচা প্ৰতিবাদকাৰী ।

  • ব্যাপক শ্লোগান নিক্ষেপ এবছুৰ ।

  • লাইশ্ৰাম লাড্ডু সিঙ , ৰাজ্যপালৰ উপদেষ্ঠা মিহিৰ কান্ত চৌধুৰী মুৰ্দাবাদ ধ্বনি ।

  • ৰাজ্যপালে গঠন কৰি দিয়া তদন্ত সমিতিৰ বিৰুদ্ধে সোচ্চাৰ এবছু ।

  • মুখ্যমন্ত্ৰীৰ দুৰ্নীতি নিবাৰক আৰু তদাৰকী শাখাই দোষী সাৱস্থ্য কৰা উপাচাৰ্যগৰাকীক নিৰ্দোষী হ'ল কেনেকৈ ? প্ৰশ্ন এবছুৰ ।

  • বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ উপাচাৰ্য লাইশ্ৰাম লাড্ডু সিঙক ৰাজভৱনে সুৰক্ষা দিয়াৰ অভিযোগ ।

  • বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ উপাচাৰ্য লাইশ্ৰাম লাড্ডু সিঙৰ অপসাৰণৰ দাবীত এবছুৱে ধাৰাবাহিক আন্দোলনৰ কাৰ্যসূচী চলাই আহিছে।

  • তৎসত্বেও উপাচাৰ্যগৰাকীক ৰাজভৱনে অপসাৰণ কৰা নাই ।

  • বৈষম্যতাৰ অভিযোগ আনিছে এবছুৰসহ সাধাৰণ সম্পাদক দীনেশ ব্ৰহ্মই ।

  • ছাত্ৰ -ছাত্ৰীৰ ভৱিষ্যতৰ স্বাৰ্থত এবছুৱে আন্দোলন চলাই যাব ।

কোকৰাঝাৰ বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ সন্মুখত এবছুৰ উত্তাল প্ৰতিবাদ...
বীৰেন সিঙৰ চৰকাৰৰ ব্যৰ্থতাৰ অভিযোগ তুলি অভিনেতা ৰাজকুমাৰ কাইকুৰ পদত্যাগ

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in