গোসাঁইগাঁৱৰ শিমলুটাপুত আৰক্ষীৰ অভিযান।বাহনসহ জব্দ বুজন পৰিমাণৰ অবৈধ বিলাতী সুৰা। পশ্চিমবংগলৈ সৰবৰাহৰ সময়তে জব্দ সুৰাখিনি। BR 06 G 8732 নম্বৰৰ ট্রাকসহ জব্দ সুৰাখিনি। আটক ট্রাকখনৰ চালক আৰু হেণ্ডিমেন। .উত্তৰ কাছাৰত শূন্য বিৰোধীঃ সৰ্বত্ৰে কেৱল বিজেপি...