-
ৰাজ্যত পুনৰ মৰেল পুলিচিঙৰ ঘটনা ।
-
এইবাৰ কোকৰাঝাৰ মাগুৰমাৰীত মৰেল পুলিচৰ তাণ্ডৱ।
-
ঘটনাক লৈ তীব্ৰ প্ৰতিক্ৰিয়া কোকৰাঝাৰত ।
-
গৰুচোৰৰ অভিযোগত দুজন লোকক হাত-ভৰি বান্ধি লাঠিৰে উপৰ্যুপৰি প্ৰহাৰ ।
-
মৰেল পুলিচিঙৰ প্ৰকোপত গুৰতৰভাৱে আহত দুই যুৱক ।
-
কোকৰাঝাৰ সদৰ থানাত গোচৰ ৰুজু ।
-
ৰাস্তাৰে দুটা গৰু লৈ যোৱাৰ সময়তে গৰু চোৰ বুলি ভাৱি লোক দুজনক প্ৰহাৰ কৰে এদল লোকে।
-
অভিযোগ অনুসৰি ৰজত মণ্ডলৰ নেতৃত্বত লোকদুজনক প্ৰহাৰ কৰে।
-
ঘটনাক লৈ তীব্ৰ প্ৰতিক্ৰিয়া এবিএমছুৰ ।
-
২৪ ঘণ্টাৰ ভিতৰত দোষীক গ্ৰেপ্তাৰৰ দাবী ।
-
অন্যথাই গণতান্ত্ৰিক আন্দোলন কৰা হ'ব বুলি ভাবুকি এবিএমছুৰ ।
-
শিলাদিত্য দেৱে কোকৰাঝাৰ ভ্ৰমণ কৰি যোৱাৰ পিছতে অপ্ৰীতিকৰ পৰিস্থিতিৰ উদ্ভৱ বুলি মন্তব্য এবিএমছুৰ ।
Also Read: দেৰগাঁও পৌৰসভাৰ অমনোযোগিতাত কৃত্ৰিম বানৰ কৱলত পৰি ৰাইজৰ দুৰ্ভোগ...