বোকাজানত ৮.৬ কুইণ্টল গাঞ্জা, ড্ৰাগছ জব্দঃ তিনিজনক আটক

ট্ৰাকৰ গোপন চেম্বাৰত লুকুৱাই আনিছিল গাঞ্জাখিনি
বোকাজানত ৮.৬ কুইণ্টল গাঞ্জা, ড্ৰাগছ জব্দঃ তিনিজনক আটক
Published on
Updated on
  • বোকাজানত ৮.৬ কুইণ্টল গাঞ্জা জব্দ।

  • মণিপুৰৰ পৰা অহা NL02 D 7837 নম্বৰৰ এখন ট্ৰাকৰ পৰা জব্দ কৰা হৈছে ৮০ পেকেট গাঞ্জা।

  • এক গোপন সূত্ৰৰ ভিত্তিত নিশা ২ বজাত খটখটি নাকা তালাচিত জব্দ কৰা হয় গাঞ্জাখিনি।

  • ট্ৰাকখনত এটা গোপন চেম্বাৰ বনাই অতি কৌশলেৰে লুকুৱাই আনিছিল গাঞ্জাখিনি।

bokajan
bokajanbokajan
  • গাঞ্জাৰ লগতে ৩টা চাবোনৰ বাকচত ৪০ গ্ৰাম ড্ৰাগছো জব্দ কৰে আৰক্ষীয়ে।

  • জব্দকৃত গাঞ্জাৰ লগতে আটক কৰে ফিল্টাৰ কলিতা, দীপক মহাতো আৰু ৰাহুল তামাংক নামৰ তিনিজন লোকক।

  • তিনিও সৰবৰাহকাৰী কাৰ্বি আংলঙৰ বৰপথাৰৰ বুলি জানিব পৰা গৈছে।

  • জব্দকৃত ড্ৰাগছখিনিৰ আনুমানিক বজাৰ মূল্য ১ কোটি টকা বুলি জানিব পৰা গৈছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in