বঙাইগাঁৱত দুৰ্বৃত্তৰ গুলীচালনা : পঞ্চায়তৰ সচিব নিহত

ছয়গাঁৱত ৰে'লৰ খুন্দাত অচিনাক্ত মহিলাৰ মৃত্যু...
ছয়গাঁৱত ৰে'লৰ খুন্দাত অচিনাক্ত মহিলাৰ মৃত্যু...
Published on
Updated on
  • বঙাইগাঁৱত দুৰ্বৃত্তৰ গুলীচালনা।

  • দুৰ্বৃত্তৰ গুলীত নিহত চন্দ্রকান্ত দাস।

  • চিপনচিলা গাঁও পঞ্চায়তৰ সচিব চন্দ্রকান্ত দাস।

  • কাচিডবা অঞ্চলত সংঘটিত এই ঘটনা।

  • এখন চাহ দোকানৰ সন্মুখতে গুলীয়াই হত্যা।

  • কাৰ্যালয়ৰ পৰা উভতি আহিছিল সচিবগৰাকী।

  • গাড়ী ৰখাই চাহ খাবলৈ সোমাইছিল চন্দ্রকান্ত দাস।

  • বাইকত অহা দুৰ্বৃত্তই গুলীয়াই চন্দ্রকান্ত দাসক।

  • ঘটনাস্থলীত উপস্থিত জিলা আয়ুক্ত, আৰক্ষী।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in