মৰিয়নিত সোমবাৰে নিশা হত্যাকাণ্ড।
ডকলঙীয়া চাহ বাগিছাৰ বৰলাইনত সংঘটিত হয় এই হত্যাকাণ্ড।
কাৰ্তিক তেলী(২৫) নামৰ যুৱকজনক ঘৰৰ সমীপতে চুৰিৰে আক্ৰমন কৰে দুৰ্বৃত্তই।
গুৰুতৰভাৱে আহত যুৱকজনক JMCH ত ভৰ্তি কৰা হয় যদিও চিকিৎসকে মৃত ঘোষণা কৰে।
ঘটনা সন্দৰ্ভত আৰক্ষীৰ তদন্ত অব্যাহত আৰক্ষীৰ।