বন্ধুৰ সৈতে গা ধুবলৈ গৈ নিৰুদ্দেশ যুৱক

bokajan lightning
bokajan lightning
Published on
Updated on
  • গৌৰীপুৰত শোকাৱহ ঘটনা।

  • পানীত পৰি নিৰুদ্দেশ ২২ বছৰীয়া এজন যুৱক।

  • দেওবাৰে সংঘটিত হয় এই ঘটনা।

  • বন্ধুৰ সৈতে গা ধুবলৈ গৈ নিৰুদ্দেশ হয় যুৱকজন।

  • সন্ধানহীন যুৱকজনৰ নাম অমিত সূত্রধৰ।

  • ঘটনাস্থলীত উপস্থিত প্রশাসন আৰু SDRF বাহিনী।

  • এতিয়ালৈকে সম্ভেদ পোৱা নাই যুৱকজনৰ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in