মানকাচৰ-বাংলাদেশ সীমান্তত BSF ৰ গুলীত চোৰাং গৰু সৰবৰাহকাৰী নিহত...

মানকাচৰ-বাংলাদেশ সীমান্তত BSF ৰ গুলীত চোৰাং গৰু সৰবৰাহকাৰী নিহত...
মানকাচৰ-বাংলাদেশ সীমান্তত BSF ৰ গুলীত চোৰাং গৰু সৰবৰাহকাৰী নিহত...
Published on
Updated on
  • মানকাচৰ-বাংলাদেশ সীমান্তত চোৰাং গৰু সৰবৰাহকাৰীৰ বিৰুদ্ধে বিএছএফৰ গুলীচলনা।

  • বিএছএফৰ গুলীত নিহত চোৰাং সৰবৰাহকাৰী।

  • নিহত চোৰাং সৰবৰাহকাৰীটোৰ নাম মিণ্টু শেষ।

  • খাৰুৱাবান্ধা আৰক্ষী চকী এলেকাৰ অধীনস্থ কানাইমাৰা গাওঁৰ শ্বাহজাহানৰ পুত্ৰ মিণ্টু শেষ।

  • দ্বিপচৰ বিএছএফ কেম্প এলেকাত ৪৫ নং বেটেলিয়ান জোৱানে গুলী চালনা কৰিছিল।

  • কাইটীয়া তাঁৰৰ বেৰৰ ওপৰেৰে পাৰ কৰি গৰু সৰবৰাহ কৰিবলৈ চেষ্টা কৰাৰ সময়তে বিএছএফে গুলী চালনা কৰা বুলি জানিব পৰা গৈছে।

  • কিছু সময় পূৰ্বে এই ঘটনা সংঘটিত হৈছে।

মানকাচৰ-বাংলাদেশ সীমান্তত BSF ৰ গুলীত চোৰাং গৰু সৰবৰাহকাৰী নিহত...
ব্ৰিটিছ সাংসদ হাউছ অৱ কমনছত মণিপুৰ বিষয় উত্থাপন...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in