চৰাইদেউ আছুৰ বিশেষ অভিনন্দন অনুষ্ঠান

চৰাইদেউ আছুৰ বিশেষ অভিনন্দন অনুষ্ঠান
Published on
Updated on

ডিজিটেল সংবাদ,চৰাইদেউ : দেওবাৰে চৰাইদেউত হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক চুড়ান্ত পৰীক্ষা ২০২৪ত কৃতিত্ব অৰ্জন কৰা শিক্ষাৰ্থীসকলক অভিনন্দন তথা সম্বৰ্ধনা জনোৱাৰ উদ্দেশ্যে এক বিশেষ অভিনন্দন" অনুষ্ঠান অনুষ্ঠিত কৰা হয় । চৰাইদেউ আঞ্চলিক ছাত্ৰ সন্থাৰ এই অনুষ্ঠানৰ আয়োজন কৰা হয়।

অনুষ্ঠানটিত চলিত বৰ্ষৰ ১২০ গৰাকী কৃতি ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা জ্ঞাপন কৰা হয় ৷ অনুষ্ঠানটিত সৰ্বোচ্চ নম্বৰপ্ৰাপ্তক বিশেষ বঁটা আগবঢ়াই প্ৰাক্তন ছাত্ৰনেতা শৈল্যান ফুকনে ৷

উল্লেখ্য যে চৰাইদেউ পৰ্যটন ভৱনত আয়োজিত অনুষ্ঠানটিত অঞ্চলটোৰ ৰাইজৰ লগতে অভিভাৱকসকল উপস্থিত থাকি সভাৰ সৌষ্ঠৱ বৃদ্ধি কৰে ৷

চৰাইদেউ আছুৰ বিশেষ অভিনন্দন অনুষ্ঠান
ভৈৰৱকুণ্ডৰ অসম-অৰুণাচল সীমান্তত ভয়ংকৰ অগ্নিকাণ্ড

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in