বিদেশী চিগাৰেটসহ এজনক আটক

বিদেশী চিগাৰেটসহ এজনক আটক
Published on
Updated on
  • বাৰপুজিয়াত নিশা মিকিৰভেটা আৰক্ষী আৰু নিৰ্বাচনী স্পেচিয়েল চাৰ্ভিচ টিমৰ যুটীয়া অভিযান।

  • অভিযানত জব্দ কেইবালাখ টকা মূল্যৰ বিদেশী চিগাৰেট।

  • নগাঁও দিশৰ পৰা AS02CC 8288 নম্বৰ ট্ৰাক খনৰে কঢ়িয়াই আনিছিল বিদেশী চিগাৰেটখিনি।

  • জব্দকৃত চিগাৰেট খিনি ইণ্ডোনেছিয়াৰ।

  • জব্দকৃত চিগাৰেট ২৫ কাৰ্টন আৰু ইয়াৰ বজাৰ মূল্য কেইবা লক্ষ্য টকা।

  • আৰক্ষীয়ে চিগাৰেটখিনি কঢ়িয়াই অনা ইয়াচীন আহমেদ নামৰ টেলাহী নাৰমাৰীৰ যুৱক এজনক আটক কৰিবলৈ সক্ষম হৈছে।

বিদেশী চিগাৰেটসহ এজনক আটক
১৮ পাকিস্তানী শৰণাৰ্থীয়ে লাভ কৰিলে হিন্দু নাগৰিকত্ব...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in