প্রাক্তন সাংসদ দ্বিজেন শৰ্মাৰ কংগ্রেছ ত্যাগ।
প্রাথমিক সদস্য পদো ত্যাগ কৰিলে কংগ্রেছৰ নেতাগৰাকীয়ে।
গুৱাহাটী সমষ্টিৰ পৰা টিকটৰ দাবীদাৰ আছিল দ্বিজেন শৰ্মা
APCCৰ সভাপতি ভূপেন বৰাৰ বিৰুদ্ধে ক্ষোভ প্রকাশ দ্বিজেন শৰ্মাৰ।
কেইদিনমান পূৰ্বে প্ৰদেশ কংগ্ৰেছৰ উপ-সভাপতি পদৰ পৰা পদত্যাগ কৰিছিল তেওঁ।
বিজেপিত যোগদান কৰাৰ পূৰ্ণ সম্ভাৱণা দ্বিজেন শৰ্মাৰ।