ROAD ACCIDENT
ROAD ACCIDENT

দৰঙৰ পথ দুৰ্ঘটনাত প্ৰাণ গ'ল ২জনৰ...

Published on
  • দৰঙৰ ধূলাত পথ দুৰ্ঘটনা।

  • তীব্রবেগী বাইকৰ খুন্দা ৰখাই থোৱা ট্রাকত।

  • দুৰ্ঘটনাত নিহত দুজন যুৱক।

  • নিহত ছাদ্দাম হুছেইন আৰু মেহবুব আলম।

  • খাৰুপেটীয়াৰ পৰা মেলা চাই অহা সময়তে সংঘটিত দুৰ্ঘটনাটো।

  • ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ তদন্ত আৰম্ভ।

X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in