মঙলদৈৰ মোৱামাৰী ৪০ নম্বৰত সংঘটিত হৈছে মাৰপিটৰ ঘটনা
বনভোজলৈ যোৱা দলক আক্রমণ দুৰ্বৃত্তৰ
দুৰ্বৃত্তৰ আক্রমণত বনভোজকাৰী দলৰ ৪জন আহত
আহত সঞ্জীৱ কুমাৰ নাথক উন্নত চিকিৎসাৰ বাবে GMCHলৈ প্রেৰণ
প্রায় ২০ জনীয়া দুৰ্বৃত্তৰ দলে আক্রমণ কৰে বনভোজকাৰী ১১ জনীয়া দলটোক
বনভোজকাৰী দলৰ বাহনৰো ক্ষতিসাধন কৰে দুৰ্বৃত্তৰ দলে
ঘটনাস্থলীত উপস্থিত আৰক্ষীৰ লোক।